sangbad lahar logo

আজি কবি নীলমণি ফুকনৰ ওপজা দিন ।

ডিজিটেল ডেস্ক , সংবাদ লহৰ :- আজি অসমীয়া সাহিত্যত “ককা” উপনামেৰে জনাজাত নীলমণি ফুকনৰ ওপজা দিন,
তেওঁ আছিল এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ , সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ীশ।
তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ পোছাকী সম্ভাষণ প্ৰদান কৰা হৈছিল তেওঁক । তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাবৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায় । তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল ছনেট গঢ়ী ।
জীৱনকালত বহুকেইটা সন্মানেৰে সন্মানিত হৈছিল নীলমণি ফুকন যেনে,
দিল্লী সাহিত্য অকাডেমিৰ জলপানী (১৯৭৩) , সাহিত্য সভাৰ সহস্য মহত্তম (১৯৭২),
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডি .লীট উপাধি,
নলবাৰী সঞ্জীৱনী সভাৰ দ্বাৰা সাহিত্য ৰত্ন বটায়ো লাভ কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *