Skip to content
আজি আন্তৰ্জাতিক নাৰী দিৱস,,
১৮৫৭ চনৰ ৮ মাৰ্চত নিউইয়ৰ্কৰ বস্ত্ৰ কাৰখানাৰ এদল শ্ৰমজীৱি নাৰীয়ে লিংগভেদে মজুৰি আৰু কৰ্ম সময় বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মালিক পক্ষ্যৰ চৰম অত্যাচাৰৰ সন্মূখীন হৈছিল ৷৷ সেয়াই আৰম্ভনি যৰ পৰা ১৯৭৫ চনত সংযুক্ত ৰাষ্ট্ৰ সংঘই ৮ মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস ঘোষণা কৰে ৷৷
নেপোলিয়ন বোনাপাৰ্টে কৈছিল “মোক এগৰাকী শিক্ষিত মাতৃ দিয়া, মই এটা শক্তিশালী জাতিৰ উপহাৰ দিম ৷৷” আমিও জনাইছো এই দিৱসৰ শুভকামনা