sangbad lahar logo

আজিৰে পৰা ৰাজ্যজুৰি ‘অমৃত কলহ যাত্ৰা’ । ‘মোৰ মাটি মোৰ দেশ’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত এই যাত্ৰা । প্ৰতিটো বাসগৃহৰ পৰা সংগ্ৰহ কৰা হৈছে এমুঠি মাটি  ।

মাটি দিব নোৱৰা মহানগৰীৰ ফ্লেটৰ পৰা লোৱা হ’ব এমুঠিকৈ চাউল ।

প্ৰতিখন গাঁও পঞ্চায়ত, পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডত এই অনুষ্ঠান ।

১ অক্টোবৰলৈ চলিব ‘অমৃত কলহ যাত্ৰা’ ।

২৮ অক্টোবৰত সকলো অমৃত কলহৰ মাটি নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব ।

Related Articles