sangbad lahar logo

আজিৰে পৰা ৭ দিনৰ বাবে আমিনগাওঁত অনুষ্ঠিত হ’ব অতিৰুদ্ৰ মহাযজ্ঞ ।

মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ত্বত আমিনগাওঁ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত অনুষ্ঠিত হ’ব এই মহাযজ্ঞৰ ।

দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা এই অতিৰুদ্ৰ মহাযজ্ঞত ৰাজ্যকে ধৰি দেশৰ বিভিন্ন স্থানৰ পুৰুহিত উপস্থিত থাকিব ।

অসমত শান্তি, সম্প্ৰীতি অটুত ৰখাৰ বাবেই এই মহাযজ্ঞৰ আয়োজন ।

ইতিমধ্যে সাজু কৰি থকা হৈছে মহাযজ্ঞৰ বাবে লাগতিয়াল সকলো আয়োজন ।

Related Articles