sangbad lahar logo

আজিৰে পৰা আৰম্ভ দেশত হ’ব জিঅ’ 5G সেৱা।

আজিৰে পৰা আৰম্ভ দেশত হ’ব জিঅ’ 5G সেৱা। ৰিলায়েঞ্চ জিঅ’ৰ অধ্যক্ষ আকাশ আম্বানীয়ে শুভাৰম্ভ কৰিব 5G সেৱাৰ। ৰাজস্থানৰ নাথদ্বাৰাত জিঅ’ৰ প্ৰথমটো 5G সেৱা আৰম্ভ কৰা হ’ব। তাৰ পূৰ্বে শ্ৰীনাথজী মন্দিৰত আশিস লয় আকাশ আম্বানীয়ে।

Related Articles