ৰবিবাৰে ৰাতিপুৱা টুইটযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে নিশা ২ বজাত শ্বাহৰুখ খানে ফোন কৰাৰ কথা সদৰী কৰে ।টুইটটোত প্ৰকাশ কৰা মন্তব্য অনুসৰি, অভিনেতা গৰাকীয়ে পাঠান সন্দৰ্ভত গুৱাহাটীত সৃষ্টি হোৱা বিক্ষিপ্ত পৰিস্থিতৰ বুজ লয় । ইয়াৰ ওপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ আইন-কানুনৰ দ্বায়িত্বৰ কথা উল্লেখ কৰি উচিত তদন্ত আৰু ভৱিষ্যতে এনে পৰিস্থিতি পুনৰ সৃষ্টি নোহোৱাৰ আশ্বাস দিয়ে বিশ্ববিখ্যাত অভিনেতা গৰাকীক ।