
অসম বিজেপিৰ পূৰ্ণাংগ কমিটি গঠন। দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত গঠন পূৰ্ণাংগ কমিটি। দলটোৰ নৱ নিৰ্বাচিত উপসভাতি হৈছে ৰাজদ্বীপ ৰয়,তপন গগৈ, বিজুলী কলিতা মেধি, নৱ কুমাৰ দলে। দলৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰূপে বাছনি হৈছে ফনী শৰ্মা।
নৱনিযুক্ত সাধাৰণ সম্পাদক হৈছে পল্লৱ কুমাৰ দাস, পুলক গোহাঁই, দীপ্লুৰঞ্জন শৰ্মা। কোষাধ্যক্ষ ৰাজ কুমাৰ শৰ্মা। মহিলাৰ মৰ্চাৰ সভাপতি হৈছে আঙুৰলতা ডেকা। আনহাতে বিজেপি যুৱ মৰ্চাৰ সভাপতি হৈছে মনোনীত হৈছে সিদ্ধান্ত অংকুৰ বৰী। কামাখ্যা প্ৰসাদ তাছাক মুখ্যপাত্ৰ নিযুক্তি দিয়া হৈছে।