
বৃহস্পতিবাৰে দিল্লীলৈ তলব অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীক,
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তলব কৰিলে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীক,
অসম-মিজোৰাম সীমান্তৰ বিবাদ নিস্পত্তিৰ বাবে অনুষ্ঠিত হ’ব এই যুটীয়া বৈঠক,
বুধবাৰে দুয়ো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে পৃথকে পৃথকে গৃহ সচিবৰে অনুষ্ঠিত হৈছে বৈঠক।