অসম বিধান সভাৰ উপাধ্যক্ষ ডা° নোমল মুমিন ক কংগ্ৰেছ দলৰ বিধায়কে আক্ৰমণ কৰা বাবে মৰিগাওঁ আৱত্ত ভৱনৰ সন্মূখত তিব্ৰ প্ৰতিবাদত ৷

মৰিগাঁৱটো BJP কৰ্মীৰ উত্তাল প্ৰতিবাদ । প্ৰতিবাদত অংশগ্ৰহণ তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰঅসম বিধান সভাৰ উপাধ্যক্ষ ডা° নোমল মুমিন ক কংগ্ৰেছ দলৰ বিধায়কে আক্ৰমণ কৰা বাবে মৰিগাওঁ আৱত্ত ভৱনৰ সন্মূখত তিব্ৰ প্ৰতিবাদত ৷


মৰিগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অনুসুচীত জনজাতি মৰ্চাৰ উদ্যোগত কৰা হল এই প্ৰতিবাদী অৱস্থান কাৰ্য্যসুচী৷
প্ৰতিবাদী সভাত উপস্থিত থাকে তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোৱঁৰ,বিজেপি মৰিগাঁও জিলা সমিতিৰ সভাপতি ৰামপ্ৰসাদ সৰকাৰৰ লগতে মদন ডেউৰী,মিনু দেৱী,পৌৰপতি যোগেশ তামুলি লগতে বিভিন্ন ধৰণৰ BJP বিষয়ববীয়া কৰ্মকৰ্তা সকল ৷