sangbad lahar logo

অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্ব অৰ্পণ

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হ’ল ভূপেন বৰা।
AICC এ অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্ব অৰ্পণ কৰে ভূপেন বৰাক । হাইকমাণ্ডৰ ঘোষণা APCC সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি হিচাপে ৰাণা গোস্বামী, কমলাক্ষ দে পুৰকায়স্ক আৰু জাকিৰ হুছেইন শিকদাৰক নিযুক্তি ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *