sangbad lahar logo

অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰিব ৰাজ্যৰ ২০ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় ..

নতুনকৈ নিৰ্মাণ কৰিবলগীয়া বিদ্যালয় সমূহৰ ভিতৰত আছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত AKHS Institution নামৰ বিদ্যালয় খন ।
১৮৬৭ চনত স্থাপিত এই বিদ্যালয় খনে ২৬ বছৰ পূৰ্বেই উচ্চতৰ মাধ্যমিক বিদ্য‍ালয় হিচাপে উন্নীত হৈছিল । এতিয়া এই বিদ্যালয়খন পুনৰ ভালদৰে নিৰ্মাণ কৰাৰ খবৰ পোৱাৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী তথা অভিভাৱকৰ মাজত আনন্দ বিৰাজ কৰিছে ।

Related Articles