sangbad lahar logo

অসমৰ প্ৰতিখন জিলা আয়ুক্তৰে বৈঠক মুখ্যমন্ত্ৰীৰ । নতুন দিল্লীৰ অসম হাউছত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই বৈঠক । আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিত ২ লাখ যুৱকক ২ লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত । ২৩, ২৪ ছেপ্টেম্বৰৰ পৰা মুকলি কৰা হ’ব পঞ্জীয়ন প্ৰক্ৰিয়া ।   

বৈঠকত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনি সন্দৰ্ভত আলোচনা ।

আঁচনিৰ অধীনত ২ লাখ যুৱকক ২ লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত ।  

বৈঠকত চূড়ান্ত কৰা হয় আঁচনিৰ সিদ্ধান্ত ।

২৩, ২৪ ছেপ্টেম্বৰৰ পৰা মুকলি কৰা হ’ব পঞ্জীয়ন প্ৰক্ৰিয়া ।

বৈঠকৰ অন্তত এই কথা জনালে মুখ্যমন্ত্ৰীয়ে ।

Related Articles