sangbad lahar logo

অসমৰ আটাইতকৈ ক্ষুদ্ৰ কিতাপখন লিখি উলিয়াই লালুকৰ ৰীতামণি বৰাই।

অসমৰ আটাইতকৈ ক্ষুদ্ৰ কিতাপ
ডিজিটেল ডেস্ক সংবাদ লহৰ– অসমৰ আটাইতকৈ ক্ষুদ্ৰ কিতাপখন লিখি উলিয়াই লালুকৰ ৰীতামণি বৰাই।ক’ৰনা মহামাৰীৰ মাজতে নিজকে ব্যস্ত ৰাখি ৪৯ পৃষ্টাৰে লিখি উলিয়ায় এখন ক্ষুদ্ৰ কিতাপ য’ত আছে ৩টা বিশেষ গল্প।৩ ইঞ্চি দৈঘ্য আৰু ২ ইঞ্চি প্ৰস্থৰ এখন কিতাপ লিখি উলিয়াই “অসম বুক অৱ ৰেকৰ্ডৰ “পৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় লখিমপুৰ লালুক ৰ ৰীতামণি বৰাই।ৰীতামণি বৰা বৰ্তমান উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ চতুৰ্থ ষণ্মাষিকৰ দৰ্শণ বিভাগৰ ছাত্ৰী।বাস্তৱ জীৱনৰ ওপৰত আধাৰিত এটি বিশেষ গল্প লিখি বৰ্তমান চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰী গৰাকী।স্থানীয় দল, সংগঠনে সমূহে ৰীতামণিৰ ভবিষ্যতে উজ্বল কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে।আমাৰ ফালৰ পৰা থাকিল অলেখ শুভেচ্ছা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *