অসমত পুনৰ কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি । অসমত আৰু ৫৬ জনৰ দেহত ধৰা পৰিল কৰ’ণা পজিটিভ । ১২৭২ জনলৈ বৃদ্ধি হ’ল অসমত কৰ’ণা আক্ৰান্তৰ সংখ্যা । এই তথ্য সদৰি কৰিলে অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।