sangbad lahar logo

অসমত কৰ’ণা আক্ৰান্তৰ সংখ্যা ৩৭ লৈ বৃদ্ধি

BREAKING

অসমত ৩৭ লৈ বৃদ্ধি হ’ল কৰ’না আক্ৰান্তৰ সংখ্যা । গোৱালপাৰা জিলাৰ এগৰাকী ব্যক্তি কোভিড-১৯ত আক্ৰান্ত হৈছে ৷ এই ব্যক্তিগৰাকী নিজামুদ্দিন মাৰ্কাজত উপস্থিত থাকি ইতিমধ্যে কোভিড-১৯ত আক্ৰান্ত হোৱা এগৰাকী ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল ৷ ইয়াৰ ফলত অসমত এনে ৰোগীৰ সংখ্যা ৩৭ জন হ’ল ৷ ইতিমধ্যে ইয়াৰে ২৭ গৰাকীক চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হৈছে ৷ সম্প্ৰতি ৯ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *