অসমত কৰ’ণা আক্ৰান্ত আৰু এজন ব্যক্তিৰ মৃত্যু । এই পৰ্যন্ত অসমত তিনিজনৰ মৃত্যু কৰ’ণাত । মৃত লোকজন গোপীন্দ্ৰ চন্দ্ৰ মালাকৰ , মুম্বাইৰ পৰা অহা কৰ্কটৰোগী আছিল ব্যক্তিজন । এই তথ্য সদৰি কৰিলে অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।