
জনতা ভৱনত ৰাজ্যিক কেবিনেট বৈঠক,
১ ছেপ্টেম্বৰৰ পৰা ১৫ হাজাৰ আৰক্ষীৰ চাকৰিৰ পদ পূৰণ কৰা হ’ব,
নতুনকৈ ৫টা বেটেলিনয় গঠন কৰা হ’ব ৰাজ্যত,
অসম আৰক্ষীক শক্তিশালী কৰাৰ বাবে গঠন কৰা হ’ব পুলিচ কমিছন,
প্রিণ্টি ষ্টেচনাৰী বিভাগক তথ্য আৰু জনসংযোগ বিভাগৰ লগত সংযোজন কৰা হৈছে,
পাছপ’ৰ্ট বিভাগ গৃহ বিভাগৰ লগত সংযোজন কৰা হৈছে,
ৰাষ্ট্রীয় ক্রীড়া আৰু কমনৱেল্থত পদক পোৱা সকললৈ পেঞ্চনৰ ব্যৱস্থা,
প্রতিমাহে ১০ হাজাৰ টকাকৈ পেঞ্চন দিয়া হ’ব,
এই পৰ্যন্ত ২৫০ গৰাকী খেলুৱৈৰ তালিকা প্রস্তুত কৰা হৈছে,
অলিম্পিক, কমনৱেল্থ, এছিয়ান ক্রীড়াত পদক পালে গ্রেড-১ চাকৰি দিয়া হ’ব,
বৈঠকৰ পিছতে সংবাদমেল যোগে এই ঘোষণা মন্ত্রী পীয়ুষ হাজৰিকাৰ।