বলীউডৰ মেঘাষ্টাৰ অমিতাভ বচ্চন আৰু জয়া বচ্চনে আজি সম্পূৰ্ণ কৰিলে ৪৭ বছৰীয়া যুগ্ম জীৱনৰ। ১৯৭৩চনৰ আজিৰ দিনটোতেই বিবাহ পাশত আৱদ্ধ হৈছিল বলিউডৰ এই অন্যতম সফল যুটিটোৱে।