
আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ক ৰক্ষণাবেক্ষণৰ দাবীত ইস্কন অনুমোদতিত অভয়াপুৰী, ইকৰাবাৰী, ডুমেৰগুৰী, কাবাইটাৰী নামহট্ট সংঘৰ উদ্যোগত কীৰ্ত্তন প্ৰতিবাদ সাব্যস্ত কৰে। লগতে এনে ধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰশাসনক অনুৰোধ জনায়।
42 Comments