sangbad lahar logo

অভয়াপুৰী দক্ষিণ অভয়াপুৰী সমষ্টিৰ গোবিন্দপুৰত বান-খহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

অভয়াপুৰী দক্ষিণ অভয়াপুৰী সমষ্টিৰ গোবিন্দপুৰত বান-খহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

মালেগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে জিলাখনত বান সাহাৰ্য্য আৰু খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি।

Related Articles

7,462 Comments