sangbad lahar logo

অবিচি মৰ্চাৰ নেতৃত্বত পূব লাহিংত ঘৰে ঘৰে প্ৰচাৰ…

মৰিয়নী সমষ্টিৰ উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে বিজেপি দলে। শেহতীয়াকৈ দলৰ নেতা সকলে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলোৱা দেখা গৈছে। আজি পূব লাহিং গাঁও পঞ্চায়ত এলেকাত ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলাই যোৰহাট জিলা অবিচি মৰ্চাৰ সভাপতি তথা চেলেংহাত অঞ্চলৰ সক্ৰিয় নেতা নিলোৎপল গগৈৰ নেতৃত্বত এটি দলে। আজি এই নিৰ্বাচন সম্পৰ্কত সাংবাদিকৰ আগত বহুকেইটা মন্তব্য আগবঢ়াই তেওঁলোকে।উল্লেখযোগ্য যে আজিৰ এই কাৰ্য্যসূচীত বিজেপি দলৰ ৰাজ্যিক উপ সভাপতি অজয় কোঁৱৰো উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *