মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কেৱল সংবাদ মাধ্যমৰ সন্মুখত আৰক্ষী বিভাগ কঠোৰ হোৱাৰ অভিনয় কৰিলেই নহ’ব বৰং প্ৰকৃততে নিজা দ্বায়িত্ব সম্পৰ্কে সচেতন হ’ব লাগিব বিভাগটো। ইয়াৰ সৈতেই মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে যে, আৰক্ষীয়ে ডাঙৰ কামৰ লগতে সৰু কামো গুৰুত্ব সহকাৰে ল’ব লাগে।