sangbad lahar logo

অচিৰেই মাজুলি ৰাইজৰ বাবে মুকলি কৰি দিয়া হব আয়ুস হাস্পতাল,নিমাতি ঘাটত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ঘোষনা ।

নিউজ ডেস্কঃ নিমাতিত সংঘটিত হোৱা ফেৰি দুৰ্ঘটনাৰ পাছতে ইজনৰ পাচত সিজনকৈ মন্ত্ৰী উপস্থিত হৈছে নিমাতি ঘাটত |দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু আজি অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত নিমাতি ঘাটত উপস্থিত হয় আৰু নিমাতি ঘাট আৰু মাজুলীৰ মাজত থকা নৌকা সেৱাৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে।

বৰ্তমান ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নিমাতি আৰু মাজুলীৰ মাজত সেৱা আগবঢ়োৱা 108 কেইখন ভালদৰেই চলি আছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।আৰু মাজুলীত যি খন আয়ুস হস্পিতাল কাম চলি আছে সেইখন অতি সোনকালে মাজুলী ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিব বুলি মন্ত্ৰী গৰাকীয়ে জনাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *