

অগ্নি আৰু আপদকালীন সেৱা বিভাগৰ ফালৰ পৰা ড° নন্দ সিং বৰকলা উপস্থিতত আৰক্ষী সঞ্চালক প্ৰধান Harmeet Singh ক বিশেষ শুভেচ্ছা জনাই। অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা জনাই ৷
ৰাজ্যখনৰ নতুন আৰক্ষী সঞ্চালক ৰূপে তেখেতৰ দৃঢ় ভূমিকাই অসম আৰক্ষীক সবল কৰা লগতে ৰাজ্যখনে আইন শৃংখলাৰ দিশত স্বাৱলম্বী হৈ উঠিব বুলি সকলোৰে দৃঢ় বিশ্বাস৷
এজন দক্ষ বিষয়াৰ অধীনত কাম কৰাৰ সুযোগ পোৱাৰ বাবে গৌৰৱ অনুভৱ কৰিছে সকলোৱে ৷